গহপুৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত দোকান

গহপুৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত দোকান
  • দীপাৱলীৰ মাজতে গহপুৰত ভয়ংকৰ অগ্নিকাণ্ড।
  • গহপুৰ ঘাহিগাঁৱৰ ব্ৰহ্মাজান চেন্টাৰৰ এখন দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • দোকানকনৰ স্বত্বাধিকাৰীৰ নাম মোহন দাস।
  • অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দোকানখন।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে জুই লগাৰ সন্দেহ।
  • অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে মিলি নিৰ্বাপিত কৰে জুই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in