দিল্লীৰ দিলশ্বাদ গাৰ্ডেনত ভয়ংকৰ অগ্নিকাণ্ড

দিল্লীৰ দিলশ্বাদ গাৰ্ডেনত ভয়ংকৰ অগ্নিকাণ্ড
  • দিল্লীৰ দিলশ্বাদ গাৰ্ডেন এৰিয়াত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা পেপাৰ ফেক্টৰীৰৰ গুদামত সংঘটিত হয় অগ্নিকাণ্ড।
  • আবেলি ২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত গুদামটোৰ বিস্তৰ ক্ষতিসাধন।
  • ঘটনাস্থলীত ১৫ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • এতিয়ালৈকে লাভ কৰা নাই হতাহতৰ খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in