অন্ধ্ৰপ্ৰদেশত কুৰ্ণুলস্থিত এটা বেংকত বিধ্বংসী অগ্নিকাণ্ড

অন্ধ্ৰপ্ৰদেশত কুৰ্ণুলস্থিত এটা বেংকত বিধ্বংসী অগ্নিকাণ্ড
  • অন্ধ্ৰপ্ৰদেশত কুৰ্ণুলস্থিত এটা বেংকত বিধ্বংসী অগ্নিকাণ্ড।
  • কিছু সময় পূৰ্বে সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত বেংকটোৰ বিস্তৰ ক্ষতিসাধন।
  • বেংকত জমা থকা কেইবা লক্ষাধিক টকা ভস্মীভূত হোৱাৰো আশংকা।
  • ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।
  • লাভ কৰা হোৱা নাই অধিক খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in