অৰুণাচল প্ৰদেশৰ তেজুত ভয়ংকৰ অগ্নিকাণ্ড…

অৰুণাচল প্ৰদেশৰ তেজুত ভয়ংকৰ অগ্নিকাণ্ড…
  • অৰুণাচল প্ৰদেশৰ তেজুত ভয়ংকৰ অগ্নিকাণ্ড।
  • তেজুৰ গান্ধী মাৰ্কেটত নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপেে ভস্মীভূত ৭টা বাসগৃহৰ লগতে ১২ খন দোকান।
  • অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হৈছে ২ জন লোক।
  • ৩ ঘন্টা ধৰি প্ৰচেষ্টাৰ অনন্ত ইন্দো-তিবেটান সীমান্ত আৰক্ষীয়ে নিৰ্বাপন কৰে জুই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in