ৰাজপথত চলন্ত বাহনত অগ্নিকাণ্ড

ৰাজপথত চলন্ত বাহনত অগ্নিকাণ্ড
  • মুম্বাইৰ ইষ্টাৰ্ণ এক্সপ্ৰেছ ঘাইপথত অঘটন।
  • ৰাজপথৰ ওপৰতে দাউ দাউকৈ জ্বলিল এখন বাহন।
  • বাহনখন চলি থকা অৱস্থাতে অগ্নিকাণ্ড সংঘটিত হয়।
  • জুইত সম্পূৰ্ণৰুপে জাহ যায় বাহনখন।
  • আহত অৱস্থাত উদ্ধাৰ চালকজনক।
  • ততাতৈয়াকৈ চালকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
  • পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in