শেহতীয়া খবৰ
টুটু আমাৰ বৰ মৰমৰ আছিল...  •  টুটু আমাৰ বৰ মৰমৰ আছিল...  •  কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী

মহানগৰীৰ সাউকুছিত বিধ্বংসী অগ্নিকাণ্ড

120
  • মহানগৰীৰ সাউকুছিত বিধ্বংসী অগ্নিকাণ্ড।
  • এজন লোকৰ কপাহৰ গুদামত জুইৰ সূত্ৰপাত।
  • চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ গৰাকীৰ নাম অঞ্জন শৰ্মা।
  • অবৈধভাৱে কপাহ আৰু কম্বল মজুত কৰি ৰাখিছিল অট্টালিকাৰ এটা গুদামত।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ পিছত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা অঞ্চলটো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি