মহানগৰীৰ সাউকুছিত বিধ্বংসী অগ্নিকাণ্ড

মহানগৰীৰ সাউকুছিত বিধ্বংসী অগ্নিকাণ্ড
  • মহানগৰীৰ সাউকুছিত বিধ্বংসী অগ্নিকাণ্ড।
  • এজন লোকৰ কপাহৰ গুদামত জুইৰ সূত্ৰপাত।
  • চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ পিছতে অঞ্চলজুৰি সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
  • অগ্নিকাণ্ড সংঘটিত হোৱা অট্টালিকাটোৰ গৰাকীৰ নাম অঞ্জন শৰ্মা।
  • অবৈধভাৱে কপাহ আৰু কম্বল মজুত কৰি ৰাখিছিল অট্টালিকাৰ এটা গুদামত।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰাৰ পিছত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা অঞ্চলটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in