বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড…

বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড…
  • বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত জাহ যায় দহখনৰো অধিক ব্যৱসায়ীক প্ৰতিষ্ঠান।
  • বৈদ্যুতিক চৰ্ত-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।
  • জুইৰ কলা ধোঁৱাই সমগ্ৰ লাহৰিজান আৱৰি ধৰা পৰিলক্ষিত হয়।
  • বোকাজানৰ দুখন আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা অহা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
  • কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি অগ্নিত জাহ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in