দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড…

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড…
  • দিল্লীৰ লৰেঞ্চ ৰোডত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা জোটা নিৰ্মাণ ইউনিটৰ অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • নিমিষতে ক'লো ধোঁৱাই আৱৰি ধৰে অট্টালিকাটো।
  • ঘটনাস্থলীত উপস্থিত ২৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • বৰ্তমানেও অব্যাহত আছে জুই নিৰ্বাপনৰ চেষ্টা।
  • অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।
  • ঘটনাত হতাহত হোৱা নাই কোনো লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in