শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO  •  বনিয়াকুছিত "কা" বাতিলৰ দাবীত জনসভা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুতলা মুখ্যমন্ত্ৰীঃ অজিত কুমাৰ ভূঞা, VIDEO  •  আই এন এক্স মিডিয়া কেলেংকাৰীঃ ই ডি কাৰ্যালয়ত সোধ-পোছ কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰামক...  •  ক্ৰমাৎ সুস্থ হৈছে আৰ্চাৰ শিৱাংগিনী গোঁহাই...

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড…

63
  • দিল্লীৰ লৰেঞ্চ ৰোডত ভয়ংকৰ অগ্নিকাণ্ড।
  • এটা জোটা নিৰ্মাণ ইউনিটৰ অট্টালিকাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • নিমিষতে ক’লো ধোঁৱাই আৱৰি ধৰে অট্টালিকাটো।
  • ঘটনাস্থলীত উপস্থিত ২৬ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • বৰ্তমানেও অব্যাহত আছে জুই নিৰ্বাপনৰ চেষ্টা।
  • অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ জানিব পৰা হোৱা নাই।
  • ঘটনাত হতাহত হোৱা নাই কোনো লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি