মুম্বাইত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড…

মুম্বাইত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড…

  • মুম্বাইত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড।
  • এটা উদ্যোগ প্ৰতিষ্ঠানত এই অগ্নিকাণ্ড।
  • ১২ খন অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপন কৰে জুই ।
  • কোটি টকাৰ সম্পত্তি ক্ষয়-ক্ষতিৰ অনুমান।
  • বৰ্তমানেও অব্যাহত উদ্ধাৰ অভিযান।
  • পুৱতি নিশা প্ৰায় ২.৩০ মিনিটত গুড়েগাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in