চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ৭৬ জন কোভিড ৰোগীক স্থানান্তৰ, দুজনৰ মৃত্যু…

চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড: ৭৬ জন কোভিড ৰোগীক স্থানান্তৰ, দুজনৰ মৃত্যু…
  • এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় মুম্বাইত ।
  • মুম্বাইৰ ড্ৰিমছ মলৰ চানৰাইজ হস্পিতালত সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • অগ্নিকাণ্ডটোৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
  • বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই অগ্নিকাণ্ড ।
  • চিকিৎসালয় খনত থকা চিকিৎসাধীন হৈ আছিল বহু সংখ্যক কোভিড ৰোগী ।
  • অগ্নিকাণ্ড সংঘটিত হোৱা বাবে ৭৬ জন কোভিড ৰোগীক অন্য চিকিৎসালয় স্থানান্তৰ কৰা হয় ।
  • অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
  • ২৩ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in