দিল্লী পৰিবহন বিভাগৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড…

দিল্লী পৰিবহন বিভাগৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড…
  • দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।
  • চিভিল লাইনত থকা দিল্লী পৰিবহন বিভাগৰ কাৰ্যালয়ত সংঘটিত হয় অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত কাৰ্যালয়টোৰ বিস্তৰ ক্ষতিসাধন।
  • ঘটনাস্থলীত ৮ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে।
  • অগ্নিকাণ্ড কেনেকৈ সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in