গুজৰাটৰ কেমিকেল ফেক্টৰীত অগ্নিকাণ্ড…

গুজৰাটৰ কেমিকেল ফেক্টৰীত অগ্নিকাণ্ড…
  • গুজৰাটৰ ছুৰটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।
  • ছুৰটৰ এটা কেমিকেল ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • উক্ত স্থানত উপস্থিত হৈ ১২খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।
  • কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in