শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

মুজাফাৰাবাদত পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্ল’গান দিয়া ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু…

604

  • পাকিস্তান কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ বাবে ৰুজু কৰা হৈছে গোচৰ।
  • মুজাফাৰাবাদত (পাকিস্তান অধ্যূষিত কাশ্মীৰ) এক ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী খানে।
  • সেই সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে পাক প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিয়ে শ্ল’গান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি