মুজাফাৰাবাদত পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্ল’গান দিয়া ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু…

মুজাফাৰাবাদত পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্ল’গান দিয়া ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু…
  • পাকিস্তান কেইবাজনো ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে শ্ল'গান দিয়াৰ বাবে ৰুজু কৰা হৈছে গোচৰ।
  • মুজাফাৰাবাদত (পাকিস্তান অধ্যূষিত কাশ্মীৰ) এক ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী খানে।
  • সেই সময়তে একাংশ ছাত্ৰ-ছাত্ৰীয়ে পাক প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দিয়ে শ্ল'গান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in