চিআইডিৰ বিশেষ আদালতত ৰাকেশ পালৰ বিৰুদ্ধে গোচৰ

ফাইল ফটো
ফাইল ফটো
  • তদন্তৰ আওতাৰ পৰা আঁতৰি যাব পৰা নাই এপিএছচিৰ দুৰ্নীতিৰ মহানায়ক ৰাকেশ পাল।
  • ৰাকেশ পালৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু চিআইডিৰ বিশেষ আদালতত।
  • লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাবলৈ ২০১৪ চনত এজন প্ৰাৰ্থীৰ পৰা টকা লোৱাৰ অভিযোগ ৰাকেশ পালৰ বিৰুদ্ধে।
  • ধ্ৰুৱজ্যোতি বৈশ্য নামৰ এজন লোকৰ পৰা টকা লোৱাৰ অভিযোগত ৰুজু গোচৰ।
  • ৰঞ্জু বৈশ্য নামৰ এজন দালালৰ হতুৱাই ৰাকেশ পালক টকা দিয়াৰ অভিযোগ।
  • ধ্ৰুৱজ্যোতি বৈশ্য নামৰ প্ৰাৰ্থীজনৰ পৰা ১০ লাখ টকা লোৱাৰ অভিযোগ ৰাকেশ পালৰ বিৰুদ্ধে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in