শেহতীয়া খবৰ
গুৱাহাটীত চিটী বাছৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা, বাছত নাথাকিব হেণ্ডিমেন...  •  শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পৰিয়ালক অসম চৰকাৰে প্ৰদান কৰিলে ২০ লাখ টকাৰ সাহায্য...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  অসম সাহিত্য সভাৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন, মুখ্যমন্ত্ৰীৰ কাৰ্যত হতাশ অসম সাহিত্য সভা...  •  গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...

চিআইডিৰ বিশেষ আদালতত ৰাকেশ পালৰ বিৰুদ্ধে গোচৰ

33
  • তদন্তৰ আওতাৰ পৰা আঁতৰি যাব পৰা নাই এপিএছচিৰ দুৰ্নীতিৰ মহানায়ক ৰাকেশ পাল।
  • ৰাকেশ পালৰ বিৰুদ্ধে এইবাৰ গোচৰ ৰুজু চিআইডিৰ বিশেষ আদালতত।
  • লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাবলৈ ২০১৪ চনত এজন প্ৰাৰ্থীৰ পৰা টকা লোৱাৰ অভিযোগ ৰাকেশ পালৰ বিৰুদ্ধে।
  • ধ্ৰুৱজ্যোতি বৈশ্য নামৰ এজন লোকৰ পৰা টকা লোৱাৰ অভিযোগত ৰুজু গোচৰ।
  • ৰঞ্জু বৈশ্য নামৰ এজন দালালৰ হতুৱাই ৰাকেশ পালক টকা দিয়াৰ অভিযোগ।
  • ধ্ৰুৱজ্যোতি বৈশ্য নামৰ প্ৰাৰ্থীজনৰ পৰা ১০ লাখ টকা লোৱাৰ অভিযোগ ৰাকেশ পালৰ বিৰুদ্ধে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি