সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ

সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ
  • হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগ।
  • ৰঙিয়া থানাত এজাহাৰ দাখিল।
  • মন্ত্ৰীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সমাজকৰ্মী হৰেশ্বৰ বৰ্মনে।
  • সংবাদ মাধ্যমৰ সন্মুখত তথা সভাত হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।
  • ইয়াৰ পূৰ্বেও মন্ত্ৰীজনৰ বিৰুদ্ধে দাখিল হৈছে কেইবাখনো এজাহাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in