অসমীয়া ছাত্ৰ-ছাত্ৰীক ভাবুকি দিয়া বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ

অসমীয়া ছাত্ৰ-ছাত্ৰীক ভাবুকি দিয়া বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ
  • কাছাৰৰ বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে গোচৰ৷
  • পানবজাৰ আৰক্ষীথানাত গোচৰ তৰিলে কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই৷
  • শিলচৰৰ অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক্ষভাৱে ভাবুকি প্ৰদানৰ অভিযোগ৷
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক বৰাক বিৰোধী বুলি অভিহিত কৰাৰ অভিযোগ৷.
  • বিজেপি নেতাজনৰ মন্তব্যত অসম বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ-ছাত্ৰীসকল নিৰাপত্তাহীনতাত ভোগাৰ অভিযোগেৰে গোচৰ৷
  • বৃহস্পতিবাৰে অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া ছাত্ৰ-ছাত্ৰীসকলক লৈ কৰা এক মন্তব্যই সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল প্ৰদীপ দত্ত ৰয়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in