প্ৰাক বাজেট বৈঠকত বহিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ…

প্ৰাক বাজেট বৈঠকত বহিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ…
  • প্ৰাক বাজেট বৈঠকত বহিল কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।
  • বৃহস্পতিবাৰে দিল্লীত বিত্ত মন্ত্ৰণালয়ৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় তেওঁ।
  • বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় বিত্তীয় সচিব অনুৰাগ ঠাকুৰ।
  • অহা ৫ জুলাইত বাজেট অধিবেশনত প্ৰথমখন বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
  • বিত্ত মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমখন বাজেট উত্থাপন কৰিব তেওঁ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in