আজি ৬৫ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল

334
  • বৃহস্পতিবাৰে ৬৫ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল।
  • বিয়লি ৫ বজাৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ফাইনেল খেলখন।
  • ফাইনেলত মুখামুখি হ’ব কলকাতাৰ মহমেদান স্প’ৰ্টিং ক্লাব আৰু দুলীয়াজান অইল।
  • বৰদলৈা ট্ৰফীৰ ফাইনেল খেল উপভোগ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি