আজি ৬৫ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল

আজি ৬৫ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল
  • বৃহস্পতিবাৰে ৬৫ সংখ্যক বৰদলৈ ট্ৰফীৰ ফাইনেল।
  • বিয়লি ৫ বজাৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ফাইনেল খেলখন।
  • ফাইনেলত মুখামুখি হ'ব কলকাতাৰ মহমেদান স্প'ৰ্টিং ক্লাব আৰু দুলীয়াজান অইল।
  • বৰদলৈা ট্ৰফীৰ ফাইনেল খেল উপভোগ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in