ফিল্মফেয়াৰ অনুষ্ঠান অসমৰ মৰমত অহা নাই, অসম চৰকাৰে বহুত পইচা দিয়াৰ বাবেহে আহিছে, বেপাৰ কৰিবলৈ আহিছেঃ সাংসদ বিশ্বজিত্‍ দৈমাৰী

ফাইল ফটো
ফাইল ফটো
  • ফিল্মফেয়াৰত অপদস্থ হোৱা প্ৰসংগত প্ৰতিক্ৰিয়া সাংসদ বিশ্বজিত্‍ দৈমাৰীৰ।
  • ফিল্মফেয়াৰ অনুষ্ঠানক বেপাৰীৰ অনুষ্ঠান আখ্যা।
  • 'যিখিনি হ'বলৈ আছিলে হলেই।'
  • 'মোৰ টিকটতো তেওঁলোকে ইচ্ছ্যু কৰা নাই বুলি ক'লে।'
  • 'মই যেতিয়া কলো মোক সেইটো দিয়ে মাতিছিল।'
  • 'তেতিয়া মোক আপোনালোকৰ মাজত আলোচনা নকৰি মোক কিয় কৈছে।'
  • 'এইটো অনুষ্ঠান আমি কৰিছো, আমি মুম্বাইৰ পৰা আহিছো বুলি ক'লে।'
  • 'গতিকে মোৰ বাবে আসন নাই বাবে গুচি আহিলো।'
  • 'অনুষ্ঠানটো অসমৰ মৰমত অহা নাই।'
  • 'অসম চৰকাৰে বহুত পইচা দিয়াৰ বাবেহে আহিছে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in