শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

ফিল্মফেয়াৰত বলিউডৰ কোন অভিনেত্ৰীয়ে কি পোছাক পিন্ধিব…PHOTOS

2,873

ডিজিটেল ডেস্কঃ বলিউডৰ তাৰকা-মহাতাৰকাৰে ভৰি পৰিব গুৱাহাটী, কিয়নো চলিত বৰ্ষৰ অহা ১৫ ফেব্ৰুৱাৰীত ফিল্মফেয়াৰ এৱাৰ্ড। বলিউডৰ বৃহৎ এই পুৰষ্কাৰ বিতৰণ অনুষ্ঠানটিক লৈ এতিয়া যুদ্ধকালীন প্ৰস্তুতি। সাজু হৈছে আহ্বায়কৰ লগতে এই অনুষ্ঠানৰ মধ্যমণি বলিউডৰ তাৰকাসকল।

ৰঙ-বিৰঙী লাইটৰ পোহৰত, হাজাৰ হাজাৰ অনুৰাগীৰ কোলাহলত বলিউড তাৰকাসকলে খোজ পেলাব ৰেড কাৰ্পেটত। আকৰ্ষণীয় এই অনুষ্ঠানতটিত বলিউদৰ মোহময়ী অভিনেত্ৰীসকলেনো কি সাজ পৰিধান কৰিব তাক লৈ এতিয়া অনুৰাগীসকলৰ মাজত ব্যাপক উৎকন্ঠা।

ফিল্মফেয়াৰ অনুষ্ঠানটিত বলিউডৰ অভিনেত্ৰীসকলে কি সাজ পৰিধান কৰি ৰেড কাৰ্পেটত খোজ পেলাব তাক লৈ ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানৰ। নামী-দামী ফেশ্বন ডিজাইনাৰে ডিজাইনৰ কৰা পোছাক পৰিধান কৰি ফটোশ্ব্যুটো কৰিলে একাংশ অভিনেত্ৰীয়ে। তাৰে কেইগৰাকীমান অভিনেত্ৰীৰ আলোকচিত্ৰ-

কৰীণা কাপুৰঃ









সোনম কাপুৰঃ

অন্যন্যা পাণ্ডেঃ

অলায়া ফাৰ্নাণ্ডিছঃ

তাৰা চুতাৰিয়াঃ

View this post on Instagram

Filmfare?

A post shared by TARA? (@tarasutaria) on

বাণী কাপুৰঃ

View this post on Instagram

?

A post shared by VK (@_vaanikapoor_) on

বিদ্যা বালনঃ

নুৰচত ভৰুষাঃ

View this post on Instagram

#nusratbharucha #amazonfilmfareawards

A post shared by BollyQuick (BQ TV) (@bollyquick) on

ফৰহান আৰু শিৱানীঃ

কাৰ্তিক আৰিয়ানঃ

View this post on Instagram

Love is the secret of Teddy’s smile ? ❤️

A post shared by KARTIK AARYAN (@kartikaaryan) on

কৰন জোহৰঃ

নেহা ধুপীয়াঃ

ফৰহান আৰু শিৱানীঃ

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি