ফিল্মফেয়াৰ এৱাৰ্ড, ২০২০ঃ অৰিজিৎ সিঙলৈ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা

ফিল্মফেয়াৰ এৱাৰ্ড, ২০২০ঃ অৰিজিৎ সিঙলৈ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা
  • ৬৫ সংখ্যক ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানৰ পুৰস্কাৰ ঘোষণা।
  • বেষ্ট সংগীত এলবামৰ বঁটা গলি বয় আৰু কবিৰ সিঙলৈ।
  • শ্ৰেষ্ঠ গীতৰ কথাৰ বঁটা লাভ কৰিছে 'গলি বয়'ৰ 'আপনা টাইম আয়েগা' শীৰ্ষক গীতটোৰ লিখক অংকুৰ তিৱাৰীয়ে।
  • ইফালে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (মহিলা) বঁটা শিল্পা ৰাওলৈ।
  • হিন্দী ছবি 'ৱাৰ'ৰ 'গুণ গ্ৰ' শীৰ্ষক গীতটোৰ বাবে লাভ কৰিছে এই বঁটা।
  • শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ(পুৰুষ) বঁটা লাভ কৰিছে অৰিজিৎ সিঙে।
  • 'কলংক' ছবিখনৰ 'কলংক নেহি' শীৰ্ষক গীতটোৰ বাবে লাভ কৰিছে এই বঁটা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in