শেহতীয়া খবৰ
অসমত কিমান লোক আছে হ’ম কোৱাৰেন্টাইনত, ৯ এপ্ৰিলত ওলাব ফলাফল...  •  সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

স্বামীৰ সাফল্যত সুখী দীপিকাঃ ফিল্ম ফেয়াৰৰ ‘ব্লেক লেডী’ৰ সৈতে বিচনাতে তুলিলে PHOTO…

9,267

ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত হৈ গ’ল ৬৫ সংখ্যক ফিল্ম ফেয়াৰ অনুষ্ঠান, এদিনৰ বাবে গুৱাহাটী চহৰত ভৰি পৰিল বলিউদৰ তাৰকা-মহাতাৰকাৰে। বলিউদৰ বৃহৎ পুৰষ্কাৰ অনুষ্ঠান ৬৫ সংখ্যক ফিল্ম ফেয়াৰত এই বৰ্ষত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে ৰণবীৰ সিঙে। গলি বয়’ ছবিখনৰ বাবে এই সন্মান লাভ কৰিলে সিঙে। উল্লেখ্য যে, এই বৰ্ষৰ ফিল্ম ফেয়াৰত ১০ টা শিতানত পুৰষ্কাৰ লাভ কৰিছে গলি বয়ে।

লক্ষ্যণীয়ভাৱে নিজৰ ব্যস্ততাৰ বাবে এই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে অভিনেত্ৰী দীপিকা পাডুকন। স্বামীয়ে শ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰা মূৰ্হুতত দীপিকা উপস্থিত থাকিব নোৱাৰিলে যদিও শেহতীয়াকৈ ৰণবীৰে লাভ কৰা ফিল্ম ফেয়াৰৰ ট্ৰফী সৈতে দীপিকাৰ এখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

View this post on Instagram

When my Little lady met my Black lady ? ?

A post shared by Ranveer Singh (@ranveersingh) on

ফিল্ম ফেয়াৰৰ ব্লেক লেডীৰ সৈতে দীপিকাৰ এই বিশেষ ফটোখন নিজৰ টুইটাৰ একাউন্টত শ্বেয়াৰ কৰিছে অভিনেতা ৰণবীৰ সিঙে। লগতে ৰণবীৰ সিঙে লিখিছে- “When my little lady met my black

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি