শেহতীয়া খবৰ
বাক্সাত পূজা আয়োজক কমিটীৰ ব্যতিক্ৰমী পদক্ষেপ, বিশেষভাৱে সক্ষম শিল্পীৰে অনুষ্ঠিত কৰিলে সাংস্কৃতিক অনুষ্ঠান...  •  শালবাৰীত ছাত্ৰ সন্থাই ৬ খনকৈ ডাম্পাৰ-ট্ৰাক আৱদ্ধ কৰি চমজাই দিলে মহকুমা প্ৰশাসনক  •  দুৱাৰদলিত অসমীয়াৰ বাপতিসাহোন কাতি বিহুঃ নাৰায়ণপুৰৰ একাংশ পথাৰত নজ্বলে লখিমীক আদৰাৰ বন্তিগচি...  •  সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক...  •  ঢকুৱাখনাত স্থাপন হ'ব টেট পৰীক্ষাৰ কেন্দ্ৰঃ পৰীক্ষাৰ্থীৰ দাবীক সহাৰি মন্ত্ৰী নৱ কুমাৰ দলেৰ...  •  ৩১ অক্টোবৰৰ ভিতৰত পথত থকা সকলো গাঁত নাইকিয়া কৰা হ'বঃ ঘোষণা মু্খ্যমন্ত্ৰীৰ...  •  তামুলপুৰৰ বিমলা নগৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন...  •  সাৱধান! ৰাজ্যত ইৰাণী গ্ৰুপৰ বৃহৎ বিহাৰী মহিলাৰ গেঙৰ প্ৰৱেশ ...  •  বৰপেটাত পুনৰ আৰক্ষীৰ জালত জেএমবিৰ দুৰ্ধৰ্ষ নেতা, VIDEO...  •  ৰত্নাকৰঃ ষষ্ঠ দিনাৰ উপাৰ্জন ৪২ লাখ, মুঠ উপাৰ্জন হৈছেগৈ...

ভাল খবৰঃ ২০২০ চনত অসমত অনুষ্ঠিত হ’ব ‘Filmfare Award’!

616

ডিজিটেল ডেস্কঃ এটা ভাল খবৰ, শনিবাৰে এই ভাল খবৰটো জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২০২০ চনত বলীউডৰ সৰ্ববৃহৎ পুৰষ্কাৰ বিতৰণী অনুষ্ঠান ‘Filmfare Award’ অসমত অনুষ্ঠিত কৰিব বিচাৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে। ট্যুৰ অপাৰেটৰ সমাৰোহত এই বিষয়ে জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সংক্ৰান্তত ইতিবাচক সঁহাৰি জনাইছে টাইমছ গ্ৰুপেও। উল্লেখ্য যে, শনিবাৰে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৩০০ কোটি টকা আৱণ্টন দিছে ৰাজ্য চৰকাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি