ভাল খবৰঃ ২০২০ চনত অসমত অনুষ্ঠিত হ’ব ‘Filmfare Award’!

ভাল খবৰঃ  ২০২০ চনত অসমত অনুষ্ঠিত হ’ব ‘Filmfare Award’!

ডিজিটেল ডেস্কঃ এটা ভাল খবৰ, শনিবাৰে এই ভাল খবৰটো জনালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২০২০ চনত বলীউডৰ সৰ্ববৃহৎ পুৰষ্কাৰ বিতৰণী অনুষ্ঠান 'Filmfare Award' অসমত অনুষ্ঠিত কৰিব বিচাৰিছে ৰাজ্যৰ পৰ্যটন বিভাগে। ট্যুৰ অপাৰেটৰ সমাৰোহত এই বিষয়ে জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই সংক্ৰান্তত ইতিবাচক সঁহাৰি জনাইছে টাইমছ গ্ৰুপেও। উল্লেখ্য যে, শনিবাৰে চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ পৰ্যটন বিভাগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে ৩০০ কোটি টকা আৱণ্টন দিছে ৰাজ্য চৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in