মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ

মঞ্চত ভাষণৰ মাজতে চৰিওৱা ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল হাৰ্দিকৰ

  • মঞ্চত কংগ্ৰেছ নেতাক প্ৰহাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল।
  • সুৰেন্দ্ৰনগৰক আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে কংগ্ৰেছ নেতা হাৰ্দিক পেটেলে।
  • পুৱা গুজৰাটৰ সুৰেন্দ্ৰনগৰত এখন নিৰ্বাচনী প্ৰচাৰ সভা চলি থকাৰ মাজতে সংঘটিত হৈছিল এই ঘটনা।
  • কংগ্ৰছ নেতা হাৰ্দিক পেটেলে মঞ্চত ভাষণ দি থকা অৱস্থাত মঞ্চলৈ উঠি আহি এজন লোকে শোধাইছিল চৰ।
  • এই ঘটনাৰ আঁৰত বিজেপি জড়িত থকাৰ দাবী কংগ্ৰেছৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in