চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত…

চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত…
  • চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত ।
  • ভোটকেন্দ্রত কংগ্রেছ কৰ্মীৰ দ্বাৰা ৰিগিঙৰ অভিযোগ বিজেপিৰ ।
  • চামগুৰিৰ পেনাইৰ ৫৮নং ভোটগ্রহণ কেন্দ্রত এই ঘটনা ।
  • সংঘৰ্ষত আহত আব্দুল আহমেদ নামৰ এজন বিজেপি কৰ্মী ।
  • সংকটজনক অৱস্থাত বিজেপি কৰ্মীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় ।
  • কংগ্রেছী সমৰ্থকে ভাঙিলে বিজেপি নেতাৰ বাহন ।
  • ঘটনা সন্দৰ্ভত চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in