শিক্ষয়িত্ৰী হোৱাৰ মন পঞ্চম স্থান লাভ কৰা উপাশাৰ

শিক্ষয়িত্ৰী হোৱাৰ মন পঞ্চম স্থান লাভ কৰা উপাশাৰ
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পঞ্চম স্থান লাভ গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী উপাশা মুদৈৰ।
  • উপাশা মুদৈৰ পিতৃৰ নাম অতুল মুদৈ।
  • পিতৃ পেচাত এগৰাকী ফাৰ্মাছিষ্ট।
  • উপাশাৰ মাতৃৰ নাম পাৰুল বৰা।
  • মাতৃ কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী।
  • ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মন উপাশাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in