উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ

উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ
  • সোমবাৰৰ পৰা পুনৰ চলিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে যোৱা ১২ জুলাইৰ পৰা বন্ধ কৰা হৈছিল ফেৰী সেৱা।
  • ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীৰ মাজত সকাহ।
  • পুনৰ সোমবাৰৰ পৰা সকলো লোকে যাত্ৰা কৰিব পাৰিব ফেৰীৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in