শেহতীয়া খবৰ
দূৰদৰ্শনৰ জ্যেষ্ঠ বাতৰি পৰিৱেশক নীলম শৰ্মাৰ দেহাৱসান..  •  পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...

উত্তৰ গুৱাহাটীবাসীৰ বাবে ভাল খবৰ

714
  • সোমবাৰৰ পৰা পুনৰ চলিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ কাৰণে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা।
  • ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে যোৱা ১২ জুলাইৰ পৰা বন্ধ কৰা হৈছিল ফেৰী সেৱা।
  • ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, ব্যৱসায়ীৰ মাজত সকাহ।
  • পুনৰ সোমবাৰৰ পৰা সকলো লোকে যাত্ৰা কৰিব পাৰিব ফেৰীৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি