শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...

ফেব্ৰুৱাৰী মাহত সৰ্বাধিক বিক্ৰী হোৱা গাড়ীখন…

1,076

ডিজিটেল ডেস্কঃ যোৱা ফেব্ৰুৱাৰী মাহত দেশৰ বজাৰত সৰ্বাধিক বিক্ৰী হোৱা মাল্টি পাৰপাজ ভেহিকল বাহনৰ তালিকাত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে মাৰুতি ছুজুকিৰ আৰ্টিগা বাহনখনে। বিগত ২০১৮ বৰ্ষৰ তুলনাত এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আৰ্টিগাৰ বিক্ৰী ৭২ শতাংশ বৃদ্ধি পাইছে। এই সময়চোৱাত প্ৰতিষ্ঠানটোৱে ৭,৯৭৫ খন বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

এই তালিকাত দ্বিতীয় স্থান দখল কৰিছে টয়’টাৰ ইনভা ক্ৰিষ্টা বাহনখনে। ফেব্ৰুৱাৰী মাহত টয়’টাই মুঠ ৬,৬৩৪খন বাহন বিক্ৰী কৰিছে। আনহাতে তৃতীয় স্থানত আছে মহিন্দ্ৰাৰ মাৰাজ্জো বাহন খন। ফেব্ৰুৱাৰী মাহত ২,৮৮১ খন মহিন্দ্ৰ মাৰাজ্জো বাহন বিক্ৰী হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি