সুৰাপায়ী পুত্ৰৰ পৰা ৰক্ষা পাবলৈ পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক…

সুৰাপায়ী পুত্ৰৰ পৰা ৰক্ষা পাবলৈ পিতৃয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পুত্ৰক…
  • নগাঁৱৰ বৰকলাত জঘণ্য হত্যাকাণ্ড।
  • নিজ পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ।
  • গৃহ কন্দলৰ কৰুণ পৰিণতি।
  • সুৰাপান কৰি নিশা পিতৃ চামচেৰ সিঙক দাৰে আক্ৰমণ কৰিছিল পুত্ৰ বীজেন্দ্ৰ সিঙে।
  • পুত্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পিতৃ চামচেৰ সিঙে ঘপিয়াই হত্যা কৰে পুত্ৰক ।
  • দীৰ্ঘদিনে সুৰাপান কৰি ঘৰত কাজিয়াত লিপ্ত হৈ আহিছিল নিহত বীজেন্দ্ৰ ।
  • পূৰ্বতে পুত্ৰৰ কুকৰ্মৰ বিষয়ে থানাত জনাইছিল হত্যাকাৰী পিতৃয়ে ।
  • ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ হত্যাকাৰী পিতৃ চামচেৰ সিঙক আটক কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in