শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দৰঙত কোৰোনাৰ দ্ৰুত সংক্ৰমণঃ এদিনতে আক্ৰান্ত হয় ৫৭ জন লোকৰ…

100

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যৰ লগতে দৰং জিলাতো প্ৰতিদিনে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা । জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বৃহস্পতিবাৰে দিনৰ ভাগত দৰং জিলাত ৫৭ জন ক’ভিড আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছে।

এই সকলকে ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২৬০ জনলৈ বৃদ্ধি পালে। এইসকলৰ ভিতৰত সম্প্ৰতি ১৯৮ জন লোক চিকিৎসাধীন হৈ আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি