বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বানপানীৰ ফলত দক্ষিণ কামৰূপৰ নগৰবেৰাৰ এজন কৃষকৰ মৃত্যু৷
  • পানীৰ সোঁতত উটি গৈ কৃষকজনৰ মৃত্যু।
  • নগৰবেৰা পিজুপাৰাত বুধবাৰে আবেলি সংঘটিত হৈছে এই ঘটনা।
  • পানীত ডুবি মৃত্যু হোৱা কৃষকজনৰ নাম গোলক কলিতা।
  • কাম সামৰি সাঁতুৰি ঘৰমুৱা হওতেই ভাগৰুৱা হৈ সাঁতুৰিব নোৱাৰা হয় তেওঁ।
  • তাৰ পাছতে পানীৰ সোঁতত উটি গৈ কৃষকজনৰ মৃত্যু ঘটে৷
  • একাংশ লোকে সেই দৃশ্য দেখি তেওঁক উদ্ধাৰ কৰি নিছিল হাস্পতাললৈ।
  • চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে তেওঁক৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in