শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...

কৃষক বিক্ষোভঃ বিয়লি ৪ বজাত পুৱাৰ বৈঠক সন্দৰ্ভত ৩২ৰো অধিক কৃষক সংগঠনৰ প্ৰেছমিট…

218

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন নতুন কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ লাখৰো অধিক কৃষকে ভাগ লোৱা কৃষক আন্দোলনে বুধবাৰে ৭ দিনত ভৰি দিলে। দিল্লীৰ সীমাঞ্চলত তেওঁলোকৰ আন্দোলনৰ প্ৰতি সমৰ্থন ক্ৰমাৎ বৃদ্ধি পাইছে। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ আৰু বহু কেইজন মন্ত্ৰীৰ লগতে কিছুসংখ্যক কৃষক নেতাৰ এক আলোচনা অনুষ্ঠিত হয় যদিও চৰকাৰৰ প্ৰস্তাৱ সমুহত সমৰ্থন জনোৱা নাই কৃষকে।

বুধবাৰে পুণৰ সিন্ধু সীমাত কৃষক সকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কমপক্ষেও ৩২ টা কৃষক সংগঠনে অংশগ্ৰহণ কৰে। কৃষক সকলে সন্ধিয়া এখন প্ৰেছ কনফাৰেন্সৰ আয়োজন কৰিছে য’ত এই বৈঠকৰ সবিশেষ জনোৱা হ’ব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জানিবলৈ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি