২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!

২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!
  • পথৰুঘাট কৃষক বিদ্ৰোহে অতিক্ৰম কৰিলে ১২৫টা বছৰ।
  • ৰাজ্যচৰকাৰে হাতত লৈছে বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ।
  • কৃষকক ঋণ ৰেহাই দিব ৰাজ্য চৰকাৰে।
  • পথৰুঘাট কৃষক বিদ্ৰোহৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে হাতত লৈছে ৩খন আঁচনি।
  • ২০১৭ বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত বেংকত পৰিশোধ কৰা ঋণৰ ২৫ শতাংশ ঘূৰাই দিব কৃষকক।
  • আছাম ফাৰ্মাৰ্ছ ক্ৰেডিট ছাবচিডি আঁচনিৰ অধীনত ৰূপায়িত হব এই কাম।
  • বুধবাৰে সংবাদমেলত এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
  • এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব ২ লাখ ৬২ হাজাৰ কৃষক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in