শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..

147

ডিজিটেল ডেস্ক : উভয় সদনত গৃহীত হোৱা আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰ কৰা কৃষি আইনক লৈ বিৰোধ প্ৰদৰ্শন অব্যাহত আছে । কৰ্ণাটক,পঞ্জাব আৰু দিল্লীত বিৰোধী দল সমূহৰ লগতে কৃষক সংগঠন সমূহে বিৰোধ প্ৰদৰ্শন কৰি আহিছে ।

এই কৃষি আইনৰ বিৰুদ্ধে কেৰেলাৰ কংগ্ৰেছ সাংসদ টীএন প্ৰতাপনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে । সাংসদ জনে এই আইন প্ৰত্যাহাৰ কৰাৰ বাবে লেখ আবেদন দাখিল কৰে । ইপিনে এই আইনৰ বিৰোধিতাৰে পঞ্জাব যুব কংগ্ৰেছে ইণ্ডিয়া গেটৰ সন্মুখত টেক্টৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি