কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..

কংগ্ৰেছ সাংসদে কৃষি আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত লেখ আবেদন..

ডিজিটেল ডেস্ক : উভয় সদনত গৃহীত হোৱা আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰ কৰা কৃষি আইনক লৈ বিৰোধ প্ৰদৰ্শন অব্যাহত আছে । কৰ্ণাটক,পঞ্জাব আৰু দিল্লীত বিৰোধী দল সমূহৰ লগতে কৃষক সংগঠন সমূহে বিৰোধ প্ৰদৰ্শন কৰি আহিছে ।

এই কৃষি আইনৰ বিৰুদ্ধে কেৰেলাৰ কংগ্ৰেছ সাংসদ টীএন প্ৰতাপনে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে । সাংসদ জনে এই আইন প্ৰত্যাহাৰ কৰাৰ বাবে লেখ আবেদন দাখিল কৰে । ইপিনে এই আইনৰ বিৰোধিতাৰে পঞ্জাব যুব কংগ্ৰেছে ইণ্ডিয়া গেটৰ সন্মুখত টেক্টৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in