পুৰীত ফেনীয়ে লৈছে ভয়ংকৰ ৰূপ… VIDEO

পুৰীত ফেনীয়ে লৈছে ভয়ংকৰ ৰূপ… VIDEO
  • পুৰীত ফেনীয়ে লৈছে ভয়ংকৰ ৰূপ।
  • ২০০ কিঃমিঃ বেগত বলিছে বতাহ।
  • বতাহৰ লগতে আহিছে ধাৰাসাৰ বৰষুণ।
  • বিভিন্ন স্থানত বিস্তৰ ক্ষয়ক্ষতি হৈছে এই বতাহ-বৰষুণত।
  • পুৰী চহৰ জনশূন্য হৈ পৰিছে।
  • প্ৰশাসনৰ নিৰ্দেশ অনুসৰি ঘৰতে সোমাই আছে পুৰীবাসী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in