আবেলি উত্তৰ-পূবৰ দিশে গতি কৰিব ফেনীয়ে…

আবেলি উত্তৰ-পূবৰ দিশে গতি কৰিব ফেনীয়ে…
  • ওড়িশ্যা আৰু অন্ধ্ৰপ্ৰদেশত ফেনী ঘূৰ্ণীবতাহৰ তাণ্ডৱ অব্যাহত।
  • ফেনীৰ ফলত গছ-গছনি, বিদ্যুতৰ খুটা আদি উভালি পৰিছে পথত।
  • অৱশ্যে অহা ৩ ঘণ্টাৰ পাছত ফেনীৰ ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস হোৱাৰ সম্ভাৱনা।
  • ঘণ্টাত প্ৰায় ১৫০-১৬০ কিঃমিঃ গতিত ফেনীয়ে চলাইছে তাণ্ডৱ।
  • শুকুৰবাৰে সন্ধিয়ালৈ ভাৰতৰ উত্তৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দিশে গতি কৰিব ফেনী ঘূৰ্ণীবতাহে।
  • সকলোৱে সাৱধান হ'বলৈ আৰু সুৰক্ষিত স্থানত থাকিবলৈ নিৰ্দেশ।
  • দিল্লীৰ আই এম ডি বিষয়া মৃত্যুঞ্জয় মহাপাত্ৰই জনায় এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in