শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

আবেলি উত্তৰ-পূবৰ দিশে গতি কৰিব ফেনীয়ে…

1,781
  • ওড়িশ্যা আৰু অন্ধ্ৰপ্ৰদেশত ফেনী ঘূৰ্ণীবতাহৰ তাণ্ডৱ অব্যাহত।
  • ফেনীৰ ফলত গছ-গছনি, বিদ্যুতৰ খুটা আদি উভালি পৰিছে পথত।
  • অৱশ্যে অহা ৩ ঘণ্টাৰ পাছত ফেনীৰ ঘূৰ্ণীবতাহৰ গতিবেগ হ্ৰাস হোৱাৰ সম্ভাৱনা।
  • ঘণ্টাত প্ৰায় ১৫০-১৬০ কিঃমিঃ গতিত ফেনীয়ে চলাইছে তাণ্ডৱ।
  • শুকুৰবাৰে সন্ধিয়ালৈ ভাৰতৰ উত্তৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দিশে গতি কৰিব ফেনী ঘূৰ্ণীবতাহে।
  • সকলোৱে সাৱধান হ’বলৈ আৰু সুৰক্ষিত স্থানত থাকিবলৈ নিৰ্দেশ।
  • দিল্লীৰ আই এম ডি বিষয়া মৃত্যুঞ্জয় মহাপাত্ৰই জনায় এই কথা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি