৫০০০টা পাকঘৰত ৰন্ধা হৈছে খাদ্য, ১ মিলিয়ন মানুহক ৰখা হৈছে শিৱিৰত

৫০০০টা পাকঘৰত ৰন্ধা হৈছে খাদ্য, ১ মিলিয়ন মানুহক ৰখা হৈছে শিৱিৰত
  • ওড়িশাত শিৱিৰত ৰখা হৈছে বহুলোকক।
  • ফেনী ঘূৰ্ণী বতাহৰ বাবে এনেদৰে ৰখা হৈছে লোকসকলক।
  • প্ৰায় ১ মিলিয়ন মানুহক ৰখা হৈছে শিৱিৰত।
  • জগতসিংপুৰৰ লগতে আন বহুঠাইৰ পৰা যোৱা ২৪ ঘণ্টাত এনেদৰে অনা হৈছে লোকসকলক।
  • ইফালে তেওঁলোকৰ খাদ্যৰ বাবে স্থাপন কৰা হৈছে ৫০০০টা পাকঘৰ।
  • এন ডি আৰ এফৰ লোকসকল প্ৰস্তুত আছে যিকোনো পৰিৱেশৰ সৈতে মোকাবিলা কৰিব পৰাকৈ।
  • পুৰীত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনাৰ বাবে এনেদৰে ৰখা হৈছে লোকসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in