শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নিজামুদ্দিনৰ মাৰ্কাজত উপস্থিত থকা লোকসকলৰ পৰিয়ালক অনা হল সৰুসজাইলৈ…

70
  • দিল্লীৰ তবলিগী জামাতত উপস্থিত থকা লোকসকলৰ পৰিয়ালক অনা হল সৰুসজাইলৈ।
  • সৰুসজাই ক্ৰীড়া প্ৰকল্পত কোৰাৰাণ্টাইন কৰা হ’ব এই পৰিয়ালসমূহক।
Image may contain: 4 people, people standing
  • ছচিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
Image may contain: one or more people, people standing and outdoor
  • উক্ত লোকসকলক সাহস প্ৰদান কৰাৰ উদ্দেশ্যে নিজে সেই স্থানত উপস্থিত আছিল স্বাস্থ্য মন্ত্ৰীগৰাকী।
Image may contain: 1 person, standing and outdoor
  • কোভিড–১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ হ’লে এই পৰিয়ালসমূহক পৃথকে ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
Image may contain: one or more people, people standing and outdoor
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি