কৰ্ণাটকত বানত গৃহহাৰা হোৱা সকলক প্ৰদান কৰা হ’ব ৫ লাখ টকাকৈ সাহায্যঃ মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পা

কৰ্ণাটকত বানত গৃহহাৰা হোৱা সকলক প্ৰদান কৰা হ’ব ৫ লাখ টকাকৈ সাহায্যঃ মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পা
  • কৰ্ণাটকৰ বানত গৃহহাৰা হোৱাসকলক ৫ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পাৰ।
  • বানাক্ৰান্ত সকলক প্ৰদান কৰা হ'ব ১০ হাজাৰ টকাকৈ জৰুৰীকালীন সাহায্য।
  • ৰাজ্যখনত ৩০০টা ঘৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
  • ৫খন দলং ক্ষতিগ্ৰস্ত হৈছে বানত।
  • উল্লেখ্য যে, কৰ্ণাটকৰ বানত এতিয়ালৈকে ৪০ জন লোক নিহত হৈছে।
  • এতিয়াও সন্ধান লাভ কৰা নাই ১৪ জন লোকৰ।
  • ৰাজ্যখনৰ ১৭ খন জিলাৰ ২০২৮ খন গাঁৱেই কবলত পৰিছে বানৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in