শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

কৰ্ণাটকত বানত গৃহহাৰা হোৱা সকলক প্ৰদান কৰা হ’ব ৫ লাখ টকাকৈ সাহায্যঃ মুখ্যমন্ত্ৰী য়েদেয়ুৰাপ্পা

103
  • কৰ্ণাটকৰ বানত গৃহহাৰা হোৱাসকলক ৫ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী বিএছ য়েদেয়ুৰাপ্পাৰ।
  • বানাক্ৰান্ত সকলক প্ৰদান কৰা হ’ব ১০ হাজাৰ টকাকৈ জৰুৰীকালীন সাহায্য।
  • ৰাজ্যখনত ৩০০টা ঘৰ বানত সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱা বুলি প্ৰকাশ মুখ্যমন্ত্ৰীৰ।
  • ৫খন দলং ক্ষতিগ্ৰস্ত হৈছে বানত।
  • উল্লেখ্য যে, কৰ্ণাটকৰ বানত এতিয়ালৈকে ৪০ জন লোক নিহত হৈছে।
  • এতিয়াও সন্ধান লাভ কৰা নাই ১৪ জন লোকৰ।
  • ৰাজ্যখনৰ ১৭ খন জিলাৰ ২০২৮ খন গাঁৱেই কবলত পৰিছে বানৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি