পেট্ৰলিং দিবলৈ আহোতে মহানগৰীত গ্ৰেপ্তাৰ ভুৱা আৰ্মী…

পেট্ৰলিং দিবলৈ আহোতে মহানগৰীত  গ্ৰেপ্তাৰ ভুৱা আৰ্মী…

ডিজিটেল ডেস্ক : মহানগৰীৰ আজাৰাত ভুৱা আৰ্মী জোৱান গ্ৰেপ্তাৰ । বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিব অহা অৱস্থাত এমইএছ ৰ পৰা গ্ৰেপ্তাৰ কৰে । মুল খলনায়ক ধিমন কৃষ্ণৰ নেতৃত্বত দলটোৱে পেট্ৰলিং দিবলৈ আহিছিল । গ্ৰেপ্তাৰ পৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে এখন মাৰুতি ছুইফট আৰু পাঁচখন মটৰ চাইকেলৰ উপৰিও ভুৱা পৰিচয় পত্ৰ জব্দ কৰে ।

ধৃত আৰ্মী কেইজন ক্ৰমে গণেশ দাস , সৌৰভ শৰ্মা , ধিমন কৃষ্ণ , জয়মণি শৰ্মা ,নয়নজ্যোতি গৌতম,বিজয় মনি শৰ্মা,দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা,জ্ঞানন্দ দাস,কৌশিক ভূঞা । ভুৱা ৰ্আমী আটাইকেইজনৰে ঘৰ পাটাছাৰকুছি,বাইহাটা চাৰিআলি,নলবাৰী আৰু সৰ্থেবাৰীত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in