শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

পেট্ৰলিং দিবলৈ আহোতে মহানগৰীত গ্ৰেপ্তাৰ ভুৱা আৰ্মী…

66,816

ডিজিটেল ডেস্ক : মহানগৰীৰ আজাৰাত ভুৱা আৰ্মী জোৱান গ্ৰেপ্তাৰ । বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিব অহা অৱস্থাত এমইএছ ৰ পৰা গ্ৰেপ্তাৰ কৰে । মুল খলনায়ক ধিমন কৃষ্ণৰ নেতৃত্বত দলটোৱে পেট্ৰলিং দিবলৈ আহিছিল । গ্ৰেপ্তাৰ পৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে এখন মাৰুতি ছুইফট আৰু পাঁচখন মটৰ চাইকেলৰ উপৰিও ভুৱা পৰিচয় পত্ৰ জব্দ কৰে ।

ধৃত আৰ্মী কেইজন ক্ৰমে গণেশ দাস , সৌৰভ শৰ্মা , ধিমন কৃষ্ণ , জয়মণি শৰ্মা ,নয়নজ্যোতি গৌতম,বিজয় মনি শৰ্মা,দ্বিজেন শৰ্মা, ৰিপুঞ্জয় গোস্বামী, ৰূপম শৰ্মা,জ্ঞানন্দ দাস,কৌশিক ভূঞা । ভুৱা ৰ্আমী আটাইকেইজনৰে ঘৰ পাটাছাৰকুছি,বাইহাটা চাৰিআলি,নলবাৰী আৰু সৰ্থেবাৰীত ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি