সমগ্ৰ বিশ্বজুৰি বিকল হৈ পৰিছে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম…

সমগ্ৰ বিশ্বজুৰি বিকল হৈ পৰিছে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম…
  • জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম বন্ধ হৈ পৰিছে।
  • সমগ্ৰ বিশ্বত ফেচবুকৰ অন্তৰ্গত সকলো কেইটা সামাজিক মাধ্যমৰ চাৰ্ভাৰ ডাউন হৈ পৰিছে।
  • নিশা প্ৰায় ৯-২০ বজাৰ পৰা হৈছে এই ছাৰ্ভাৰ ডাউন হৈ পৰিছে।
  • হোৱাটছএপ ব্যৱহাৰকাৰীসকলে কোনোধৰণৰ বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই।
  • একেদৰে ফেচবুক, ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰো বিকল হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in