শেহতীয়া খবৰ
লামডিঙত ভাৰতীয় জীৱন বীমা নিগমৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড...  •  ২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত...  •  অসমত আকৌ ৩২২জন কোভিড পজিটিভ, ২ জনে হেৰুৱাইছে প্ৰাণ...  •  ঘৰতে লাভ কৰিব ড্ৰাইভিং লাইচেঞ্চ...  •  ‘শংকৰদেৱ উদ্যান ধ্বংস কাৰ্য’ৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ মানৱ শৃংখল কাৰ্যসূচী...  •  জঘন্য ঘটনা! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত গৱেষক ছাত্ৰীক যৌন নিৰ্যাতন, গ্ৰেপ্তাৰ অভিযুক্তক...  •  সন্তানসহ বিধায়কৰ হত্যাৰে জড়িত গুলীবৃদ্ধ উগ্ৰপন্থী নেতাক নগাঁৱৰ চিকিৎসালয়ত নিয়াই কৰিব জেৰা...  •  দুখীয়া ৰোগীৰ চিকিৎসাৰ বাবে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ চেক বিতৰণ...

সমগ্ৰ বিশ্বজুৰি বিকল হৈ পৰিছে ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম…

  • জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম বন্ধ হৈ পৰিছে।
  • সমগ্ৰ বিশ্বত ফেচবুকৰ অন্তৰ্গত সকলো কেইটা সামাজিক মাধ্যমৰ চাৰ্ভাৰ ডাউন হৈ পৰিছে।
  • নিশা প্ৰায় ৯-২০ বজাৰ পৰা হৈছে এই ছাৰ্ভাৰ ডাউন হৈ পৰিছে।
  • হোৱাটছএপ ব্যৱহাৰকাৰীসকলে কোনোধৰণৰ বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই।
  • একেদৰে ফেচবুক, ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰো বিকল হৈ পৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি