শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

সলনি হ’ব ‘ফেচবুক’ৰ নাম !

ডিজিটেল ডেস্কঃ সলনি হ’ব জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ নাম। সকলো ঠিকেই থাকিলে আগন্তুক সপ্তাহতে নাম সলনি হ’ব ফেচবুকৰ। ফেচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে ২৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সন্মিলনত এই বিষয়ে সবিশেষ প্ৰকাশ কৰিব।

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই খবৰ। আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত প্ৰাকাশিত এই খবৰ কিমান সত্য সেয়া অৱশ্যে এতিয়াই জানিব পৰা নাই। এই বাতৰি উৰাবাতৰি নে অনুমানৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে সেই বিষয়ে এতিয়ালৈকে ফেচবুক কৰ্তৃক্ষই মন্তব্য কৰা নাই।

আনহাতে ফেচবুকে মঙলবাৰে ইউৰোপীয় ইউনিয়নত আগন্তুক ৫ বছৰত ১০,০০০ চাকৰি সৃষ্টি কৰাৰ পৰিকল্পনাও ঘোষণা কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি