শেহতীয়া খবৰ
বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী  •  অসম চুক্তিৰ বিশেষ দফাৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ণ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ  •  মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  যোৰহাটত বিষাক্ত সুৰা পান কৰি অসুস্থ হোৱাসকলৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ঝাৰখণ্ডত নক্সালবাদীৰ বিৰুদ্ধে আৰক্ষী-এছএছবিৰ অভিযান  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...

ফেচবুক মেছেঞ্জাৰ আপডেট কৰক, লাভ কৰিব নতুন সুবিধা…

1,327

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুক ব্যৱহাৰকাৰীৰ বাবে আৰু অধিক সুবিধা উপলব্ধ কৰোৱা হৈছে। মেছেঞ্জাৰ এপ ‘ফেচবুক মেছেঞ্জাৰ’ত এতিয়াৰে পৰা আনছেণ্ড (Unsend)) ফিচ্চৰ সংযোগ কৰা হৈছে। যাৰ দ্বাৰা ফেচবুক মেছেঞ্জাৰ ব্যৱহাৰ কৰা কোনো লোকে যদি বিচাৰে তেন্তে মেছেজ পঠিওৱা ১০ মিনিটৰ ভিতৰত সেই মেছেজটো ‘আনছেণ্ড’ বা সদায়ৰ বাবে ডিলিট কৰিব পাৰে।

এক সমীক্ষাত প্ৰকাশ কৰা অনুসৰি- ‘ফেচবুকে আই অ’ এছ আৰু এণ্ড্ৰইড ম’বাইলত এই সুবিধা আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা উপলব্ধ হ’ব। মেছেঞ্জাৰ ব্যৱহাৰকাৰীক অধিক কাৰ্যক্ষমতা প্ৰদানৰ বাবে এনে ধৰণৰ সুবিধা উপলব্ধ কৰোৱা হৈছে।’

উল্লেখ্য যে, এই সুবিধাটো হোৱাটছএপৰ ‘আনছেণ্ড’ ফিচ্চৰ দৰেই। এই নতুন সুবিধাটোত ব্যৱহাৰকাৰীয়ে দুটা বিকল্প লাভ কৰিব। প্ৰথমটো হ’ল ‘ৰিমোভ ফ’ৰ এফ্ৰিৱান’ আৰু দ্বিতীয়টো ‘ৰিমোভ ফ’ৰ ইউ’।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি