শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...

গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আহি আছে নতুন ৰূপত ফেচবুক…

1,018
  • নতুন ৰূপত আহি আছে ফেচবুক।
  • এই ইংগিত দিলে ফেচবুকৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে।
  • আন্তৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ পিক জনালে এই কথা।
  • গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত এই ব্যৱস্থা গ্ৰহণ কৰিব ফেচবুকে।
  • গোপনীয়তা ৰক্ষা কৰিব পৰা মেছেঞ্জিং সেৱা আৰম্ভ কৰিব ফেচবুকত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি