গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আহি আছে নতুন ৰূপত ফেচবুক…

গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আহি আছে নতুন ৰূপত ফেচবুক…
  • নতুন ৰূপত আহি আছে ফেচবুক।
  • এই ইংগিত দিলে ফেচবুকৰ মুখ্য কাৰ্যবাহী মাৰ্ক জুকাৰবাৰ্গে।
  • আন্তৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ পিক জনালে এই কথা।
  • গ্ৰাহকৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত এই ব্যৱস্থা গ্ৰহণ কৰিব ফেচবুকে।
  • গোপনীয়তা ৰক্ষা কৰিব পৰা মেছেঞ্জিং সেৱা আৰম্ভ কৰিব ফেচবুকত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in