শেহতীয়া খবৰ
দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি মৃত্যু হোৱাৰ সংখ্যা ২১জনলৈ বৃদ্ধি...

ভাইৰেল নহ’ব পোষ্ট! ফেচবুকত কৰিব সালসলনি…

708

ডিজিটেল ডেস্কঃ ফেচবুকে লৈছে নতুন সিদ্ধান্ত। ফেচবুকত ক্ষতিকাৰক কোনো পোষ্ট ভাইৰেল নোহোৱাৰ বাবে লোৱা হ’ব পদক্ষেপ। ফেচবুকে কয় যে, সত্যতাপূৰ্ণ নোহোৱা কোনো পোষ্ট ভাইৰেল নোহোৱাৰ বাবে গ্ৰহণ কৰা হ’ব পদক্ষেপ।

ফেচবুকৰ উপাধ্যক্ষ মণিকা বিকৰ্টে কয়- ‘আমি এইটো সুনিশ্চিত কৰিব বিচাৰিছো যে, ফেচবুক ব্যৱহাৰকাৰীয়ে  কোনো পোষ্ট যদি ফেচবুকত চাই তেন্তে সেই পোষ্টটোৰ সত্যতাৰ প্ৰমাণ থাকিব লাগিব। আৰু আমি বিচাৰ, কোনো লোকে ফেচবুকৰ অপব্যৱহাৰ নকৰে যেন।’

এই সন্দৰ্ভত ফেচবুক কৰ্তৃপক্ষই লগতে কয় যে, এনেধৰণৰ পোষ্টসমূহ সীমিত কৰাৰ বাবে সত্যতাৰ উপৰিও নিৰাপত্তা, গৰিমাৰ দিশটোও চোৱা হ’ব। আৰু আমি দেখি আহিছো যে, এনে ধৰণৰ পোষ্টে ইন্টাৰনেটৰ অপব্যৱহাৰ কৰে। তদুপৰি আমি ফেচবুকৰ মঞ্চখনক সুৰক্ষিত মঞ্চ হিচাপে গঢ়ি তোলাৰ বাবেহে প্ৰতিশ্ৰুতিবদ্ধ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি