শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ভাৰতীয় সকলৰ তথ্য সুৰক্ষাৰ প্ৰসংগত ফেচবুক কৰ্তৃপক্ষক প্ৰশ্ন জেপিচিৰ সদস্যৰ…

68

ডিজিটেল ডেস্কঃ শুক্ৰবাৰে সংযুক্ত সংসদীয় সমিতিৰ সদস্যসকলে ফেচবুকৰ পলিচি মুৰব্বী অংখী দাসক ভাৰতীয়সকলৰ তথ্য সুৰক্ষিত কৰাৰ বিষয়টোৰ সম্পৰ্কত প্ৰায় দুঘণ্টাৰ বাবে প্ৰশ্ন কৰে। এই তথ্য সংসদীয় সূত্ৰই প্ৰদান কৰিছে।

ফেচবুক ইণ্ডিয়াৰ বিষয়াসকলে শুক্ৰবাৰে জেপিচিৰ আগত এই বিষয়ৰ ওপৰত আলোচনা কৰে। তথ্য সুৰক্ষা বিলৰ বিষয়ত আত্মপক্ষ সমৰ্থনত লৈ এই সভাখন দুঘণ্টা পৰ্যন্ত চলিছিল।

উল্লেখযোগ্য যে, বৈঠকত ফেচবুক ইণ্ডিয়াৰ পলিচি মুৰব্বী অংখী দাসে আৰু ব্যৱসায়িক মুৰব্বী অজিত মোহনে প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোকক স্পষ্টকৈ কোৱা হৈছে যে তেওঁলোকে কোনো ভাৰতীয় নাগৰিকৰ তথ্য প্ৰচাৰ, ব্যৱসায় বা নিৰ্বাচন অনুমান ভিত্তিত ব্যৱহাৰ কৰিব নোৱাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি