ড’কলামত চীনে নিৰ্মাণ কৰিলে ৯ কিলোমিটাৰ পথ…

ড’কলামত চীনে নিৰ্মাণ কৰিলে ৯ কিলোমিটাৰ পথ…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছেটেলাইটৰ ফটোত দেখা পোৱা গৈছে যে, ড'কলামৰ পূৰ্ব অংশৰ ভূটানৰ ক্ষেত্ৰৰ ভিতৰ ২ কিলোমিটাৰ দূৰত্বত চীনে নিৰ্মাণ কৰিছে গাওঁ। লগতে ফটোখনত দেখা গৈছে যে, ভাৰতীয় সীমান্তলৈ অহা এটা ৯ কিলোমিটাৰ পথো নিৰ্মাণ কৰিছে।

উল্লেখ্য যে, ২০১৭ত চীনা সেনাই জম্পেলৰী ৰিডলৈ সংযোগী এটা পথ নিৰ্মাণৰ চেষ্টা চলাইছিল, কিন্তু চীনা সেনাৰ সৈতে ড'কলামত ভাৰতীয় সেনাৰ সংঘৰ্ষ হোৱাৰ পাছত এই নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল চীনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in