শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ড’কলামত চীনে নিৰ্মাণ কৰিলে ৯ কিলোমিটাৰ পথ…

360

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছেটেলাইটৰ ফটোত দেখা পোৱা গৈছে যে, ড’কলামৰ পূৰ্ব অংশৰ ভূটানৰ ক্ষেত্ৰৰ ভিতৰ ২ কিলোমিটাৰ দূৰত্বত চীনে নিৰ্মাণ কৰিছে গাওঁ। লগতে ফটোখনত দেখা গৈছে যে, ভাৰতীয় সীমান্তলৈ অহা এটা ৯ কিলোমিটাৰ পথো নিৰ্মাণ কৰিছে।

hrpko9sg

উল্লেখ্য যে, ২০১৭ত চীনা সেনাই জম্পেলৰী ৰিডলৈ সংযোগী এটা পথ নিৰ্মাণৰ চেষ্টা চলাইছিল, কিন্তু চীনা সেনাৰ সৈতে ড’কলামত ভাৰতীয় সেনাৰ সংঘৰ্ষ হোৱাৰ পাছত এই নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল চীনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি