শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

বাহন চালক সকলৰ বাবে এটা বেয়া খবৰ, বৃদ্ধি পাব পাৰে…

894

ডিজিটেল ডেস্কঃ বিগত কেইটামান দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও বাহন চালক সকলৰ বাবে আছে এটা বেয়া খবৰ, অচিৰেই দেশত বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ মৃল্য। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে বৃদ্ধি কৰিছে পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক। প্ৰতিলিটাৰত ৩ টকাকৈ আবকাৰী শুল্ক বৃদ্ধি কৰা হৈছে। প্ৰাপ্ত খবৰুনসৰি দুটকাৰ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে চৰকাৰে। গতিকে এনেদৰে শুল্ক বৃদ্ধিৰ পাচতে দেশত অচিৰেই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃ্দ্ধি হোৱাৰ সম্ভাৱনা আছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি