কোৰোনাত আক্ৰান্ত হৈ আবকাৰী বিভাগৰ কনিষ্টবলৰ মৃত্যু…

কোৰোনাত আক্ৰান্ত হৈ আবকাৰী বিভাগৰ কনিষ্টবলৰ মৃত্যু…
  • কোৰোনাত আক্ৰান্ত হৈ ৰঙাপৰা আবকাৰী বিভাগৰ কনিষ্টবলৰ মৃত্যু।
  • মৃত্যু হোৱা কনিষ্টবল জনৰ নাম হাফিজুৰ ৰহমান।
  • ১০ দিন পূৰ্বে কনিষ্টবল জন মহামাৰী কোৰোনাত আক্ৰান্ত হৈ গুৱাহাটিৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।
  • দেওবাৰে পুৱা ৮ বজাত কনিষ্টবল জনৰ মৃত্যু হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in