পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ…

পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ…
  • জম্মু-কাশ্মীৰৰ ৰাজৌৰী ছেক্টৰত অব্যাহত আছে পাকিস্তান সেনাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনা বাহিনীও পাক সেনাক দিছে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।
  • পাক সেনাৰ গুলীবৰ্ষণত নিহত এজন ভাৰতীয় সেনা জোৱান।
  • নিহত সেনা জোৱানৰ নাম সন্দীপ থাপা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in